asomiya sms - assamese sms

asomiya sms - assamese sms - funny sms in assamese - For sharing in Whatsapp,Facebook


assamese sms



(১)
নোটবন্ধ হোৱাৰ ৯ মাহ পিছত ,
অভিনন্দন- এটা লৰা জন্ম হৈছে GST



(২)
গোটেই দিনটো Facebook আৰু Whatsapp ত টহলিয়াই থকা বাবে ধলুৰ বাপেকে ঘৰৰ Internet - WIFI Connection কাটি দিলে । বহুদিন পিছত ধলুৱে Toilet ত ওচৰ - চুবুৰীয়াৰ Password নথকা WiFI Signal এটা পালে । সি লগে লগে Toilet ৰ দৰ্জাখন বন্ধ কৰি Mobile ত ব্যস্ত হব ধৰিলে । অৱশেষত  ৭ ঘণ্টা পিছত দৰ্জা ভাঙি ধলু'ক উদ্ধাৰ কৰা হল।

(৩) 
সুপন্দিয়ে তাৰ Girlfriend ক কি মেচেজ্ দিব বুলি বহু সময় ভাবি ভাবি শেষত মেচেজ্ দিলে "I Love You"
তাৰ Girlfriend এ মেচেজ্টো পঢ়ি উঠি তাইৰ অইন ৩ জন Boyfriend ক Forward কৰি দিলে ।

(৪)
ঠাণ্ডাৰ দিনত আজিকালি ডেকাবোৰে ঘৰৰ কোঠাটে Smoke কৰে । Parents সকলে চিন্তা কৰি পাত্তা নাপায় - কুৱলী নে চিগাৰেটৰ ধোঁৱা ।


(৫)
বন্ধু - বান্ধৱীৰ সৈতে Toilet চিনেমাখন চাই থকা সময়ত ধলুৰ Whatsapp Status - At Toilet with GF and Two Other Friends ✨❇✨❇

(৬)
জংগলত জীৱ - জন্তু বোৰৰ পাৰ্টি চলি আছিল । পাৰ্টি শেষ হোৱাৰ সময়ত সকলোৱে অৰ্থাৎ জীৱ - জন্তু বোৰে Kamala Pasand খাই আছিল , কিন্তু জিৰাফে খোৱা নাছিল । তেতিয়া সিংহই জিৰাফক সুধিলে - Kamala Pasand কিয় খোৱা নাই । জিৰাফে কলে - মই Kamala Pasand নাখাওঁ , মই Rajanigandha হে খাওঁ - উচে লোগ, উচি পচন্দ।

(৭)
ৰমেনৰ গোহাৰী ( টাইম-পাচ ক্লাবৰ সৌজন্যত) :-
অইন অইন বছৰৰ দৰে এই বেলিও মই আৰু মোৰ সমনীয়া বন্ধু সকল উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰা বাবে আমাৰ "টাইম-পাচ" ক্লাবৰ বাকৰিত বাৰ্ষিক "দুখ-নিবাৰণী" সভাখন আয়োজন কৰিবলৈ লোৱা হৈছে। গতিকে সমূহ সদস্য বৃন্দ আৰু ৰাইজক সহাৰি দিবলৈ ইয়াৰে বিনম্ৰভাৱে অনুৰোধ কৰা হল।
সভাৰ স্থান - টাইম- পাচ ক্লাব,
সভাৰ দিনাংক- ৩০.১২.২০১৭ (শনিবাৰ)
॥ধন্যবাদ ॥
সভাপতি,
ৰমেন


(৮)
এই মুহূর্তৰ আমালৈ আহি পৰিছে এক BREAKING NEWS :- Facebook , Whatsapp , Instagram অহাৰ পিছত - হঠাৎ Branded কাপোৰ , Jewellery , Beauty Products ৰ বিক্ৰী উৰ্ধগামী । বহু চালি- জাৰি চোৱাৰ পিছত গম পোৱা গল যে, Facebook, Whatsapp, Instagram ত Status Upadate ৰ বাবে এনে হৈছে ।

Tags : assamese jokes, assamese comedy, asomiya sms, assamese sms, assamese funny sms, assamese funny status

[ Please LIKE and SHARE this Post ]


Comments

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese