funny jokes sms - friends - in Assamese

5 funny jokes sms in assamese :-

funny jokes sms

( Please  LIKE and SHARE )

মধুৰিআম

3 comments:

  1. এটা আঠ বছৰীয়া লৰাৰ মাকৰ মৃত্যু হয় | এদিন লৰাটোক
    দেউতাকে সুধিলে__ বোপা তোমাক তোমাৰ নতুন মা আৰু
    মৰি যোৱা মা জনীৰ মাজত পাৰ্থক্য কি পালা ? তেতিয়া
    লৰাটোৱে কলে___ মোৰ নতুন মা সঁচা আৰু মৰি যোৱা মা
    জনী মিছা আছিল | এই কথাষাৰ শুনি দেউতাক জন আচৰিত হল |
    আৰু তেওঁ কলে___ কিয় বোপা ? যি জনী মাই তোমাক
    জন্ম দিছিল তেও মিছা আৰু কালি অহা মা জনী সঁচা এনেকুৱা কিয়
    লাগে ? তেতিয়া লৰাটোৱে কলে___ যেতিয়া মই খেলা-
    ধোলা কৰিছিলো তেতিয়া মাই কৈছিল, যদি তুমি এইদৰে খেলা-
    ধোলা কৰা তেনেহলে তোমাক মই ভাত নিদিওঁ | তথাপিও মই
    খেলা-ধোলা কৰিছিলো আৰু তেওঁ গোটেই গাঁও খন বিচাৰি
    হলেও মোক আনি তেওঁৰ কোলাত বহুৱাই নিজৰ হাতেৰে
    ভাত খোৱাইছিল | আৰু মোৰ নতুন মাই কয়যদি তুমি এইদৰে
    খেলা-ধোলা কৰা তেনেহলে তোমাক মই ভাত নিদিওঁ | আৰু
    সঁচাই তেওঁ আজি মোক 3 দিন ধৰি ভাত দিয়া নাই |বন্ধু সকল মাই
    তেতিয়াও কান্দিছিল, যেতিয়া সন্তানে পেটত গুৰ মাৰে | মাই
    তেতিয়াও কান্দিছিল, যেতিয়া তেওঁৰ লৰা বা ছোৱালী বাগৰি
    পৰে | মাই তেতিয়াও কান্দিছিল, যেতিয়া সন্তান বেমাৰত পৰি
    অশান্তিত থাকে | মাই তেতিয়াও কান্দিছিল, যেতিয়া লৰাই ভাত
    নাখাইছিল | আৰু মাই আজিও কান্দে, যেতিয়া তেওঁৰ নিজৰ
    সন্তানে ভাত নিদিয়ে|……
    …… এই Msg টো ইমানেই Forward কৰা যেন কেতিয়াও মা
    ভোকাটোৰে থাকিব লগা নহয় আৰু যাতে তেওঁৰ চকু পানী
    এটুপালো মাটিত পৰিব লগা নহয় |
    @ দিনটো কাম কৰি আহিবা দেউতাই সুধিব কিমান ইনকম কৰিলা |
    @ পত্নীয়ে সুধিব কিমান বচালা |
    @ লৰা-ছোৱালীয়ে সুধিব কি আনিলা |
    কিন্তু
    মাই হে সুধিব, বোপা কিবা খালা নে ?
    >যদি তোমালোক Free আছা এই Msg টো ইমানেই বিয়পাবা
    যিমান তোমালোকে তোমাৰ মাক ভাল পোৱা |……
    एक Msg माके नाम
    Love u মা
    Love u love u love u মা

    ReplyDelete
  2. এটা আঠ বছৰীয়া লৰাৰ মাকৰ মৃত্যু হয় | এদিন লৰাটোক

    Replies
    1. Thekai koisa maa r obihone aku hobo nuare.

      Delete