দুৰ্বল হৃদয়ী সকলে নপঢ়িব - Funny jokes in Assamese

Funny Jokes-Assamese Whatsapp Comedy
॥ এক ভয়ানক সন্ধিয়া ॥

॥ দুৰ্বল হৃদয়ী সকলে নপঢ়িব ॥



কাল সন্ধিয়া ঠিক ৬ বজাত ধলুৰ ঘৰত

টিং....টং

কলিং বেলটো বজাৰ লগে লগে ধলুয়ে দৰ্জাখন খুলি দেখিলে

এজন কুজা বৃদ্ধই কিতাপ কেইখনমান লৈ বিক্ৰীৰ বাবে তাৰ ঘৰলৈ আহিছে

বৃদ্ধ -এইখন সাধাৰণ কিতাপ নহয় , এইখন পঢ়িলে প্ৰেতাম্মা, ভুত এইবোৰৰ পৰা পৰিত্ৰাণ পায়



ধলু- হয় নেকি ? মই এনেকুৱা এখন কিতাপ বহুদিনৰ পৰা বিচাৰিয়েই আছিলো । বাৰু , দামটো কিমান নো?

বৃদ্ধ - ২০০০ টকা , কিন্তু এইখন পঢ়াৰ এটা নিয়ম আছে।নো? যেতিয়া - তেতিয়া নপঢ়িব কিন্তু ।শেষ পৃষ্ঠা খনটো এতিয়া নপঢ়িবই। যেতিয়া কোনো বেয়া পৰিস্থিতি উদ্ভৱ হব তেতিয়াহে কিতাপখনৰ শেষ পৃষ্ঠাটো পঢ়িব , এনেই নপঢ়িব কিন্তু আগতেই কৈ থলো।

ধলুয়ে আচৰিত হৈ অৱশেষত কিতাপখন ২০০০ টকাৰে  কিনিলে আৰু শেষ পৃষ্ঠাটো বাদ দি গোটেইখন পঢ়িলে

দ্বিতীয় দিনা কিতাপখনৰ কথা ভাবি ভাবি অৱশেষত ৰ'ব নোৱাৰি শেষ পৃষ্ঠাটো পঢ়িবই বুলি সিদ্ধান্ত ললে। আৰু শেষ পৃষ্ঠাটো চাই ধলু'ৰ চকু কপালত ।

শেষ পৃষ্ঠাটোত লিখা আছিল -

" মূল্য :- ২৫ টকা মাথোঁন "

SEE Love jokes

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese