প্ৰেমৰ মূল্য
প্ৰেমিক(প্ৰেমিকাক উদ্দেশ্যি ) - মোৰ সেই বন্ধু
জনৰ নিচিনা গাড়ী নাই কিন্তু তোমাক মই নয়নৰ
মণি কৰি লৈ ফুৰাম।
মোৰ বন্ধু জনৰ নিচিনা ঘৰ নাই কিন্তু তোমাক
মই মোৰ অন্তৰত সযতনে ৰাখিম।
মোৰ বন্ধু জনৰ নিচিনা পইচা নাই কিন্তু
তোমাৰ বাবে মই শ্ৰমিক পৰ্যন্ত হৈ হলেও পইচা ঘটিম।
আৰু তোমাক কি লাগে, কোৱা ।
প্ৰেমিকা - হব,হব, এতিয়া কন্দুৱাবা নেকি হাঃ? চাওঁ , মোক সেই বন্ধু জনৰ কন্টেক্ট নম্বৰটো দিয়া 😁😁😁
--------------
লেডিচ্ পাৰ্চ
এজন মানুহে Big 92.7 FM ৰ এটা প্ৰগ্ৰেমত ফোন কৰিলে
মই অনুপম গুৱাহাটীৰ পৰা কৈছোঁ
জোকী- কওকচোন অনুপম আপুনি কি কৰি আছে
মই অলপ আগতে পল্টনবজাৰত এটা লেডিচ্ পাৰ্চ পালোঁ , তাত নগদ ১০০০০ টকা আৰু এখন মিচ. পপি বৰগোহাঞি ৰ নামৰ ID পালোঁ
জোকী- অহ, গ্ৰেট, আপুনি খুব ভাল মানুহ, আপুনি পাৰ্চটো তেওঁক ঘূৰাই দিব খুজিছে নিশ্চয়
নহয় ,মই মানে এটা Sad Song মিচ. পপি বৰগোহাঞিলৈ Dedicate কৰিব বিচাৰিছোঁ 😄😄😄😄😄
(ওপৰোক্ত নামটো কেৱল ৰগৰৰ বাবেহে দিয়া হৈছে)
--------------
বোম ফকটিয়া
ধলু আৰু পলু একেলগে স্কুটি এখনত এনেই ফুৰি আছিল । এখন দোকানৰ সন্মুখত স্কুটিখন ৰখাই ....
ধলু- অ'ই ব'ল , এপেকেট KP খাই লওঁ ।
পলু- ব'ল ।
ধলুয়ে KP কিনি থাকোঁতে , পলুয়ে ৩ টা চকলেট্ মনে মনে মাৰি দিলে ।
তাৰ পিছত ধলুয়ে স্কুটিৰ চাবিটো উলিয়াই যাব খোজাত...
পলু- দেখিলি, ধলু ফকটত ৩টা চকলেট্ দোকান খনৰ পৰা মাৰি দিলোঁ ।
ধলু- ধুৰ্, ফাল্টু কথা, এনেকুৱা কৰিবলৈ তোৰ দ'মেই নাই ।
পলু- কি??, আহ মোৰ লগত ইয়াতকৈও হেভি এটা দেখাই দিওঁ ।
আকৌ দোকান খনত দুয়ো
পলু- দাদা, যাদু চাব।
দোকানী - দে দেখা, এনেও গ্ৰাহক নাই।
পলু- (চকলেটৰ বটলটো দেখুৱাই ) এই চকলেটটো ১টা খাই লব লাগিব আগতে ।
দোকানী - বাৰু ,এই ল' ।
চকলেটটো খোৱাৰ পিছত
পলু- ওঁ, এতিয়া আৰু এটা খাই লব লাগিব ।
সেইটো চকলেট্ খোৱাৰ পিছত
পলু- বঢ়িয়া , দাদা আৰু এটা চকলেট্ খাই লব লাগিব ।
দোকানী - যাদুটো ক'ত?
পলু- এইটোৱে লাষ্ট চকলেট্।
দোকানী- ওঁ, ল' তেন্তে ।
তৃতীয় চকলেটটো খোৱাৰ পিছত
পলু- দাদা , ৩টা, চকলেট্ আপোনাৰ সন্মুখতে খাইছোঁ, (পকেটত মাৰি ৰখা চকলেট ৩টা উলিয়াই ), এয়া যাদু চাওক , সেই ৩ টা চকলেট্ ওভতাই আনিলোঁ ।☺☺
---------------
জনসংযোগ
ছোৱালী - তোমালোক কিমানজন ভাই- ভনী বাৰু কোৱাচোন ?
ল'ৰা- কি ক'বা আৰু ,আমি ৪৫ জন ভাই- ভনী
ছোৱালী - বাপৰেঃ ইমান ! কিয় তোমালোকৰ
ঘৰলৈ "প'পুলেচন্ কন্ট্ৰোল ব'ৰ্ড" ৰ মানুহ যোৱা নাছিল নেকি?
ল'ৰা- অ' আহিছিল, আমি গোটেই বোৰে একেলগে পঢ়ি আছিলো ,কিন্তু সিহঁতে "কোচিং চেন্টাৰ" বুলি ভাবি গুচি গ'ল 😁😁😁
--------------------
ধোকা দি দিলে বে
নিশা ১২ বজাত
ছোৱালী (ফোনত)- তুমি আমাৰ ঘৰলৈ আহি আছা নেকি, ঘৰত কোনো নাই মানে
লৰা- অ' ইমান ৰাতিখন, নাই নাই
দ্বিতীয় দিনা

লৰা- অ' ইমান ৰাতিখন তোমাৰ কি হলনো, নাই
তৃতীয় দিনা

লৰা-ধেই, সদায় ৰাতিখন কি হয় জানো তোমাৰ , ফোন ৰাখা
পিছত লৰাজনে ভাবিলে , এপাক গৈ আহোচোন
ছোৱালীজনীৰ ঘৰলৈ গৈ দেখে যে , সচাকৈ ঘৰত কোনো নাই, তলা মৰা আছে 😄😄😄😄
---------------
তামাম ফাল্টু
নিশা ঠিক ১ বজাত ফোনত ধলু
হেলৌ পলু, অকণমান মোৰ ঘৰলৈ আহিব পাৰিবি অলপ কাম আছে
পলু- ধেই নোৱাৰো যা , এই মাজৰাতি মই শুই আছোঁ
পিছদিনা নিশা ১ বজাত ফোনত আকৌ ধলু

পলু- ধেই নোৱাৰো মই নোৱাৰো , এই মাজৰাতিখন তোৰ হৈছে কি ?
তাৰ পিছদিনা নিশা ১ বজাত ফোনত আকৌ এবাৰ ধলু

পলু- ধেই তোৰ এই মাজৰাতিখন সদায় কি হয় ঔ, ৰ' গৈ আছোঁ
ধলুৰ ঘৰত
পলু- ও কি হল ক'
ধলু- লাইটটো আৰু ফেনখন অ'ফ কৰি দে না আৰু তই যা... চি ইউ 😀😀😀😀😀
----------------
প্ৰেমৰ ট্ৰেজেডি
পুজা- পোনা, কিবা এটা কোৱানা ? এনেই চুপ-চাপকৈ কিয় আছা ?
পোনা- কিনো ক'ম , আজি কিবা মনটো অলপ ডাৱৰীয়া টাইপ মানে দুখী হৈ আছে অ'
পুজা- তেনেহলে কথা নাই । পৃথিৱীৰ আটাইতকৈ দুখী ল'ৰাজন তুমি বুলি ধৰি ললো । ওঁ, এতিয়া কিবা এটাটো কোৱা ।
পোনা- কি ক'ম মানে, আজি মোৰ মুখৰ পৰা হজম হোৱা কথা নোলাবই নেকি
পুজা- তেন্তে এষাৰ দুখ লগা কথাই কোৱানা
পোনা- কওঁ ৰবা,মানে, মানে......
এই বিশ্বব্ৰহ্মাণ্ডৰ ৭ বিলিয়ন মানুহৰ ভিতৰত প্ৰায় ৩ বিলিয়ন ছোৱালী , কিন্তু মোৰ গাৰ্লফ্ৰেইন্দ এজনীয়েই , তুমি ☺☺☺
-----------------
সুপন্দিৰ বিজ্ঞাপন
বেকাৰ্ সুপন্দিৰ বিয়াৰ বাবে পাত্ৰী বিচাৰি পেপাৰত বিজ্ঞাপন :-
৩০ বছৰ বয়সৰ City ত থকা Handsome , Smart , ওখ, বগা বৰণৰ পাত্ৰৰ বাবে পাত্ৰীৰ আৱশ্যক । দেহৰ বৰণ - যিকোনো হলেই হব, উচ্চতা - যিকোনো হলেই হব, ৰূপ - যিকোনো হলেই হব, বয়স - যিকোনো হলেই হব, শিক্ষা - যিকোনো হলেই হব । ইচ্ছুক পাত্ৰী সকলে অকল পাত্ৰীৰ নিজ নামত থকা Bank Account (updated) আৰু Pan Card ৰ xerox কপি পঠিয়ালেই হব। বাকী মই বুজি যাম ।
ঠিকনা-
............
.............
........
.......... ☺☺☺☺

0 comments: