Assamese funny image - প্ৰেমিকা

Assamese Funny Image Facebook- Assamese Comedy Whatsapp-প্ৰেমিকা
☺☺☺☺



In Eng. TEXT:-

PREMIKA OSOROT THAKILE HOTELOR BILL




PREMIKA DUROT THAKILE MOBILOR BILL
AARU...
PREMIKA ERI GUSI GOLE LAOPANIR BILL

Love Jokes-Assamese Comedy For Facebook-পোনা আৰু পুজা

ব্ৰহ্মপুত্ৰৰ পাৰৰ পাৰ্ক এখনত  বহি পোনা আৰু পুজা দুয়ো প্ৰেমালাপ কৰি আছিল 
.
.
পুজা- ইমান ধুনীয়া লাগিছে আজি 
কিবা বৰ ৰোমাণ্টিক ভাৱ আহি গৈছে নহয় পোনা
.
.
পোনা- ওঁ



.
.
পুজা- এইবাৰ কিন্তু তুমি দেউতাক লগ ধৰি আমাৰ বিয়াৰ কথা ক'বাই কিন্তু 
.
.
পোনা-ওঁ
.
.
পুজা-কি তেতিয়াৰ পৰা মই অকলেই কথা কৈ আছোঁ তুমি একো নোকোৱা কিয় 
.
.
পোনাই লগে লগে মানিবেগৰ পৰা এখন পুৰণি কাগজ উলিয়াই লিখিলে.....
.
.
.
.
.
নহয় ৰে , তুমি বুজা নাই
মানে "ৰজনীগন্ধা" খাই আছোঁ ☺☺☺☺☺

Husband Wife Jokes-Assamese Jokes For Facebook-ultimate jAllA

মাজৰাতি হঠাৎতে সাৰ পায় পতিয়ে নিজৰ অতিকে শকত পত্নীক সুধিলে 




হেৰা কোৱাচোন , তিল তিলকৈ মানুহ মৰি যোৱা ভালনে , একেবাৰে চিধাচিধি মৰাটো ভাল?




পত্নী - আউ এই ৰাতিখন আপোনাক কিহে পালে

পতি - আগতে মই সুধা কথাটোৰ উত্তৰ দিয়া

পত্নী - চিধাচিধি মৰাই ভাল, ঝামেলা নাথাকে 

পতি- তেন্তে তোমাৰ সিখন ভৰিও মোৰ গা' ৰ ওপৰত উঠাই দিয়া, কামটো হৈয়েই যাওঁক আজি ।

Funny Jokes in Assamese-Assamese Jokes For Facebook And Whatsapp

TiMe_PaSS

এজন মানুহে টাইম পাছ কৰিবলৈ বিচাৰি বিচাৰি কেইজনমান লৰাক জুম হৈ থকা দেখি , তালৈ গৈ সিহঁতক এটা প্ৰশ্ন সুধিলে -
দিয়াচোন ভাইটি হত কোৱা, মই এখন প্লেনত উঠি গৈ আছোঁ , প্লেনখনত ৫০ জন যাত্ৰী আছিল , প্লেনখন এক ঘন্টাত ৪০০ কি.মি. স্পিডত গৈ আছিল , এতিয়া মোৰ বয়স কিমান ?
এজনে তপৰাই উত্তৰ দিলে , আপোনাৰ বয়স ৪০ বছৰ!
তুমি ইমান সোনকালে কেনেকৈ কলা হে?

মানে আমাৰ ওচৰত এজন দাদা থাকে , তাৰ বয়স ২০ বছৰ আৰু সি আধা পাগল ☺☺☺☺☺

NEXT


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese