Assamese Comedy Jokes For Facebook and WhatsApp

অসমীয়া ৰগৰ । Assamese Comedy Jokes । Assamese Comedy Jokes For Facebook and WhatsApp

সুপন্দি ষ্টোৰ্

সুপন্দিয়ে দোকান এখন আৰম্ভ কৰিলে

কিছুদিন যোৱাৰ পিছত দেখিলে তাৰ দোকান খনত খুব বাকী হোৱা হৈছে

সি অতিষ্ঠ হৈ ভাবিব ধৰিলে , মোৰ এনেকৈ আৰু কিছুদিন বাকী চলিলে দোকানৰ মাল কিনিবলৈ পইচা নোহোৱা হব

কিবা এটা কৰিব লাগিব অতি সোনকালে

সি এটা বুধি উলিয়ালে, আৰু সেইমতে দোকানত এখন বোৰ্ড ওলোমাই দিলে



বোৰ্ড খনত এনেদৰে লিখা আছিল -



"৭০ বছৰ বয়সৰ তলৰ লোকসকলৰ বাবে বাকী ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে , ৭০ বছৰ বয়সৰ ওপৰৰ লোকসকলক নিজৰ মা'ক বা বাপেকৰ গেৰেন্টৰৰ ভিত্তিতহে বাকী দিয়া হব- ধন্যবাদ , সুপন্দি ষ্টোৰ্" ☺☺☺☺☺

(অনুগ্ৰহ কৰি Like আৰু Share কৰিব )

আগলৈ চাওঁক


0 comments: