Assamese Comedy Jokes For Facebook - অসমীয়া ৰগৰ

Assamese Comedy Jokes For Facebook And Whatsapp - অসমীয়া ৰগৰ
(১)
চেধা এপালি হব নি ?

বিৰুৱে পেকেটটো মানে হোমিও পালিটো মানে , একেবাৰে ডাইৰেক্ত কৈ দিলোঁ মানে "চেধা" টো আনিব পাহৰিলে । 

এইফালে নিচা তুংগত।




আংকল এজনক পালিটো মোহাৰি থকা দেখি , ৰব নোৱাৰি খুজিয়েই পেলালে ।

আংকল, এপালি হব নি?

এ, তুমি সৰু হৈ মোক চেধা খুজিবলৈ লাজ লগা নাই।

নাই হে, আপোনাক দেখি কিবা আপোন আপোন লাগি গলহে।

হব, হব, কন্দুৱাবা নেকিহে? এই লোৱা, পালিটো লৈ লোৱাচোন।

আচ্ছা, ভতিজা, টকা ২০০ হব নি?

চিঃ,আপুনি ডাঙৰ হৈ মোক...............


তোমাক কিবা নিজৰ নিজৰ লাগি গলহে।😄😄😄

***********



(২)
মেথাত মাল আছে যদি প্ৰমাণ কৰি দেখুওৱা - 
2/10 = 2

প্ৰমাণ কৰিব লাগে যে 2/10=2



জাপানিজ ছাত্ৰ - ভুল প্ৰশ্ন !

পাকিস্তানী ছাত্ৰ - স্কুললৈ আধা গৈ আৰু যোৱাই নাই কেনেকৈ পাৰিম ?

আমেৰিকান ছাত্ৰ - আচৰিত , এইটো কেনেকৈ সম্ভৱ ?

কিন্তু ভাৰতৰ ৰজনীকান্ত দেৱে কেনেকৈ সমাধান কৰিলে চাওঁ আহক-

Two/Ten = wo/en ( T ৰ লগত T কটা গল)

w = 23 rd letter 
o =  15 th letter 
e =    5 th letter 
n =  14 th letter 

সেয়ে,

23+15/5+14 = 38/19 = 2

প্ৰমাণ হল।😁😁😁😁😁

*************
(৩)
Love Marriage vs Arrange Marriage (Jokes Only)
( Seriously নলব আকৌ , ৰগৰহে )

পতি আৰু পত্নীৰ কথোপকথন



পতি- বোলো হয়নে, ইমানকৈ কি
 ভাবি আছানো

পত্নী - ৰ'বা,মই ভাবি আছোঁ , এইৰেন্জ
মেৰিজ্ আৰু লাভ্ মেৰিজ্ ৰ পাৰ্থক্য 
বাউ কি

পতি- অ' সেইটো কথা , ৰ'বা মই কৈ
দিছো

এইৰেন্জ মেৰিজ্ হল,  এই ধৰণৰ মানে............
"বিক্ৰী হোৱা মাল ঘূৰাই লোৱা নহয়"

 আৰু 


লাভ্ মেৰিজ্ হল , আকৌ এই ধৰণৰ ................"প্ৰথমতে ব্যৱহাৰ কৰক পিছত বিশ্বাস কৰক" 😋😋


(৪)
এইটো আকৌ কি -

boy - তুমি মোক কেতিয়া লগ দিবা কোৱা?

girl - 🍌🕔

boy - এইটো কি?

girl - কালি ৫ টাত 😇😇😇😁😁😁

(৫)
 ২ টা আখৰ -

১ম বন্ধু - তই কিমানলৈ পঢ়া-লিখা কৰিচ?

২য় বন্ধু - B A

১ম বন্ধু - বাঃ কিছু জমাইচা দেই, ২ টা আখৰেই শিকিছা তাকো ওলোতকৈ! 😁😁😁😂😂😂

(৬)
ভিক্ষাৰীৰ Facebook -

ভিক্ষাৰী - মেদাম, মই বহুত ভোকাতুৰ, কিবা খাবলৈ দিয়ক না

মেদাম - যা, যা, পিছত আহিবি খানা এতিয়া হোৱা নাই দেৰি আছে

ভিক্ষাৰী - Facebook ত "Baba Basta" নামেৰে একাউন্ট আছে, খানা হৈ গলে মোৰ wall ত post এটা কৰি দিব 😁😁😁😁😁

(৭)

"Rain Dance"ত ৰজনিকান্ত -

এটা "Rain Dance" পাৰ্টিত ৰজনিকান্ত আহিছিল-

"অামি দুয়ো একেলগে নাচি আছিলো পানীৰ ফোওৰাত তিতি তিতি"

"অামি দুয়ো একেলগে নাচি আছিলো পানীৰ ফোওৰাত তিতি তিতি"

পাৰ্টি শেষ হোৱাৰ পিছত আৰু কি!
ৰজনিকান্তে ফুৱাই দিলে, আমি দুয়ো শুকাই গলো😂😂😂

(৮)

আজিৰ দিনটোৰ আধ্যাত্মিক চিন্তা-

"বিশ্বাসী লৰাবোৰ চিধাচিধিকৈ স্বৰ্গত ঠাই পায়"

আৰু 

"অবিশ্বাসী লৰাবোৰে ইতিমধ্যে পৃথিবীতে স্বৰ্গৰ আনন্দ লৈ অাছে"

(৯)

ফাল্টু চিন্তা -

"এলাহ" হ'ল "বদঅভ্যাস"ৰ পিতা স্বৰূপ

প্ৰকৃততে পিতা হিচাপে আমি ইয়াক সন্মান জনাব লাগে

গতিকে,
"Be Lazy" & "Think Crazy"

(১০)

birthday gift -

boy - তোমাৰ birthday ৰ বাবে বেলেগ gift দিব নোৱাৰিলো ৬ টা গোলাপ ফুল একমাত্ৰ তোমাৰ বাবে

girl - ৬ টা কিয়?

boy - ১ টা তোমাৰ "স্বাস্হ্য" ৰ বাবে
          ১ টা তোমাৰ "সুখ" ৰ বাবে
          ১ টা তোমাৰ "ঐশ্বৰ্য" ৰ বাবে
          ১ টা আমাৰ "বন্ধুত্ব" ৰ বাবে

girl - আৰু বাকি থকা ২ টা

boy - তোমাৰ কাণত লগাই লবা আৰু কি, মস্ত লাগিব 

@('_')@
   <( )>
  _ / /_

বাঃ, কিছু দেখাইছে আৰু তোমাক

(১১)

প্ৰত্যেক দেশৰ নিজা অহংকাৰ -

USA - আমাৰ ইয়াত "Dog" বোৰে ফুটবল খেলে

JAPAN - আমাৰ ইয়াত "Fish" বোৰে Dance কৰে

CHINA - আমাৰ ইয়াত "হাতী" বোৰে চাইকেল চলায়

INDIA - আমাৰ ইয়াত "গাধা" বোৰে দেশ চলায় 😬😬😬

(১২)
Deep Love -

girl - তুমি মোক কিমান ভালপোৱা?

boy - শ্বাহজাহানৰ নিচিনা

girl - তেতিয়া হলে এটা তাজমহল বনোৱা

boy - মাটি কিনি থৈচোৱেই খালি তুমি মৰি যোৱালৈ বাট চাই আছো😁😁😁

(১৩)
তোমাৰ নামটো -

girl - তোমাৰ নাম কি ?
boy - Black Lion
girl - r u kid'n ?
boy - নহয়, তাৰ মানে হল, কালু সিংহ আৰু তোমাৰ নামটো
girl - Monsoon Doctor
boy -  r u kid'n ?
girl - নহয়, তাৰ মানে হল, মৌচুমী বেজ😇😇😇

                                     (১৪)



                                     (১৫)



                                     (১৬)


  (১৭)


  (১৮)


  (১৯)


  (২০)


  (২১)


  (২২)


  (২৩)


  (২৪)



                                                       
Next JOKES





0 comments: