Maths Tricks-7463 X 9999 মাত্ৰ ৩ ছেকেণ্ডত পূৰণ

Maths Tricks in Assamese - 7463 X 9999 মাত্ৰ ৩ ছেকেণ্ডত কেনেকৈ পূৰণ কৰিব ?
How To Multply a Big Number in a Specific Format in Just Few Seconds,Follow The Following Steps To Do So The Tricks-

এই tricks টো কৰিবলৈ তলত দিয়া ধৰণে প্ৰক্ৰিয়া বোৰ follow কৰক:-



১. প্ৰথমতে 7463 পৰা 1 বিয়োগ কৰি লওঁক।

২. নম্বৰটো পাব 7462 , লিখি ৰাখিব ।

৩. এতিয়া 9999 পৰা 7462 (২ নং step ত পোৱা নম্বৰটো) এটা এটাকৈ বিয়োগ কৰক , অৰ্থাৎ

9 - 7 = 2,
9 - 4 = 5,
9 - 6 = 3  আৰু
9 - 2 = 7

৪. আমি ইতিমধ্যে পোৱা নম্বৰ কেইটা একাদিক্ৰমে লিখি 2537 পালোঁ ।

৫. এতিয়া প্ৰথমতে ২ নং আৰু তাৰ পিছত ৪ নং step ত পোৱা নম্বৰ কেইটা  7462 আৰু 2537 একাদিক্ৰমে লিখিলে আমি পাম 74622537

৬. উত্তৰ Ready, Enjoy ! Maths tricks টো ভাল লাগিল নে ?



টোকা -
I) এইটো maths tricks কৰিবলৈ এটা ফালৰ নম্বৰ 9 নম্বৰেৰে হব লাগিব । যেনে :- 99, 999, 9999, 99999 আৰু বহুতো ।

II) দুয়োটা ফালৰ নম্বৰ সমান হব লাগিব । কম হলে "0" ধৰিব । যেনে:- 369 X 999, 2684 X 9999, 65 X 999 আৰু বহুতো ।

III) 7835 X 999 এনেকুৱা ধৰণৰ হলে নহব।

ভাল লাগিলে এই Maths tricks ৰ post টো সকলোৱে Share কৰক

ভূতৰ ভয়ত (পঢ়ক)

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese