Wedding Jokes in Assamese

Wedding Jokes-Assamese Comedy Funny-rAkHyA_dEi
বিয়াৰ বাবে ছোৱালী চাই অহাৰ এসপ্তাহ  পিছত ৰমেনক ছোৱালীৰ ঘৰৰ পৰা ফোন




হেল্ল , ৰমেন নে

হয়, মই ৰমেন , কওঁকচোন বাৰু কোনে ক'লে

সেইদিনা যে ছোৱালী চাব আহিছিলা , মই ছোৱালীজনীৰ ঘৰৰ পৰা কৈ আছোঁ 

অ', হয় হয়, নমস্কাৰ , কওঁকচোন , কিবা কথা আছিলে নেকি?



অ' মানে তোমালোকৰ ফালৰ পৰা একো খবৰ নকৰা দেখি আমিয়েই ফোন কৰিলোঁ আৰু 

হয়, ভালেই কৰিলে 

পিছে আমাৰ ছোৱালী তোমাৰ কেনে লাগিল বা?


অ' সেইটো কথা, নকব আৰু ,  সেইদিনা আপোনালোকৰ ছোৱালীৰ মুখখন  যেতিয়াই দেখা পালোঁ , প্ৰায় গৈছিলোঁয়েই  , ভাগ্য ভাল "হনুমান চালিচা" খন মুখস্থ আছিল , কোনোমতে ৰক্ষা পালোঁ দেই ☺☺☺☺☺

NEXT

0 comments: