Very Funny Jokes in Assamese-নৰেন মিনিষ্টাৰ

Funny Jokes in Assamese-Assamese Facebook Comedy-Naren as a Minister

নিজৰ নামটোও ভালদৰে লিখিব নজনা আমাৰ গাঁৱৰ  নৰেন , পলিটিক্চত ঘাটি ঘাটি অৱশেষত গৈ কৃষি মন্ত্ৰীৰ চকীখন পালে। 


তেওঁৰ লিখা -মেলা কামবোৰ এচিচতেন্টেই কৰি দিয়ে। ভাষণবোৰ লিখি আনি কোনোমতে গাই শুনায়। এবাৰ এখন কৃষি সমাৰোহত তেওঁ কিদৰে ভাষণ গালে চাওঁ আহক-



"ৰাইজ, আমি সকলোৱে গৰু। পুহিব লাগে গাখীৰ । খাব লাগে গোবৰ। শস্যৰ গুৰিত সাৰ দিব লাগে । গতিকে ৰাইজ আমি সকলোৱে গৰু। .... ...পুহিব লাগে।"☺☺☺☺☺

Next Jokes

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese