nO jOKes itS a fEEliNg oF a SWeET hEaRt


।।কিছু পল প্ৰেমৰ বাবে।।

এজন লৰা আৰু এজনী ছোৱালীয়ে ইজনে সিজনক অন্তহীন ভাল পাইছিল 




দুৰ্ভাগ্য ক্ৰমে , এদিন লৰাজনে ইহ সংসাৰৰ পৰা বিদায় মাগিলে 

তাৰ পিছত ছোৱালী জনীয়ে খুব অকলশৰীয়া অনুভৱ কৰিছিল , তাইৰ চকুপানীৰে বাট নেদেখা অৱস্থা হৈছিল 

তাই সদায় লৰাজনৰ কথা ভাবি ভাবি কান্দিবলৈ লৈছিল 

আনৰ সহানুভূতি , তাৎক্ষণিক জ্ঞান আৰু কোনো যুক্তিয়ে তাইৰ চকুপানী ৰখাব পৰা নাছিল 

এদিন নিশা তাই শুই থাকোঁতে এটা সপোন দেখিলে 




তাই তেতিয়া অকণমান সুখ অনুভৱ কৰিছিল

কিন্তু তাই দেখিলে তাই ভালপোৱা লৰাজনে অইন কেইজনমান সমনীয়াৰ লগত ধুনীয়া পোচাক পিন্ধি আছে আৰু প্ৰত্যেক জনে হাতত একোডালকৈ মমবাতি জ্বলি থকা অৱস্থাত লৈ আছে

কিন্তু লৰাজনৰ মমবাতিডাল জ্বলি থকা অৱস্থাত  নাছিল 

তেতিয়া ছোৱালীজনীয়ে সুধিলে , সকলোৰে মমবাতিবোৰ জ্বলি আছে তোমাৰ  মবাতিডাল কিয় জ্বলোৱা নাই

লৰাজনে কলে, এইডাল জ্বলালে তোমাৰ চকুপানী পৰি নুমাই যাব সেয়ে জ্বলোৱা নাই, মই তুমি কান্দি চকুপানী টুকি থকাটো কেতিয়াও নিবিচাৰোঁ 

সেইদিনাৰ পৰা ছোৱালীজনীৰ চকুপানী অন্ততঃ বন্ধ হল।

2 comments: