Miss world 2017,Top Question and Answer - Manushi Chillar,India

Miss World 2017-Top Question and Answer in Assamese-Manushi Chillar,India

এইবাৰ Miss World 2017 প্ৰতিযোগিতাৰ finale ত ভাৰতক প্ৰতিনিধিত্ব কৰি বিজয়ী মুকুট পৰিধান কৰা Manushi Chillar ক সোধা প্ৰশ্নটো জানিবলৈ মন নাযায় নে?

আহক আমি চাওঁ -

উক্ত প্ৰশ্নটো আছিল এনে ধৰণৰ-




Which profession deserves the highest salary and why?

কোনটো বৃত্তি বা পেছা সকলোতকৈ বেছি মাননী পোৱাৰ যোগ্য আৰু কিয় ?

Miss World  2017 Manushi Chillar , India ৰ উত্তৰটো আছিল এনে ধৰণৰ -

মোৰ মা'ৰ লগত মোৰ সম্পৰ্ক অতি মধুৰ । মাতৃ এগৰাকী অতিকৈ সন্মানৰ যোগ্য । মোৰ মতে আটাইতকৈ বেছি মাননি তেওঁয়ে পাব লাগে , এইটো "টকা বা ধন"ৰ হিচাপত নহয় মই ভাবো এইটো এজনক ভালপোৱা আৰু সন্মান যঁচা ।মোৰ বাবে মা' আছিল প্ৰেৰণাৰ উৎস। সকলো মাতৃয়ে তেওঁৰ সন্তানৰ বাবে বহু ত্যাগ সহ্য কৰে। সেয়ে মাতৃ এগৰাকীয়ে আটাইতকৈ বেছি ভালপোৱা , সন্মান আৰু আটাইতকৈ বেছি মাননি পোৱাটো মই বিচাৰো ।





Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese