customer jokes - মধুৰিআম

Assamese Funny Jokes For Facebook And Whatsapp
চাল্লা_এই_পেটডালৰ_কাৰণে_কি_কি_যে_কৰিব_লাগে_নহয়




→বেপাৰী- আহক দাদা আহক, মধুৰিআম লৈ যাওক 

→গ্ৰাহক - কি হব মধুৰিআম খাই নালাগে ,এনেই বস্তু সোপাৰ যিহে দাম

→বেপাৰী- নহয় দাদা, ই আপোনাৰ মাথা চোকা কৰি পেলায়, লৈ যাওঁক

→গ্ৰাহক - কেনেকৈ কোৱা চোন



→বেপাৰী- আচ্ছা কওকচোন ১ কেজি চাউলত কিমানটা চাউলৰ দানা থাকে

→গ্ৰাহক - ও, ও ..........,নোৱাৰো দেই কব

বেপাৰীজনে গ্ৰাহকজনক এটা মধুৰিআম খাব দি সুধিলে 

এইবাৰ কওকচোন ১ ডজন কলত কেইটা কল থাকে

→গ্ৰাহক - ১২ টা

→বেপাৰী- এয়া মই কৈছিলো নহয় , দেখিছে এতিয়া 

→গ্ৰাহক - অ হয়টো , দিয়া দিয়া ২ কিলো দিয়া।

Next

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese