Assamese jokes about love

Assamese Jokes-Love Jokes-Assamese Whatsapp Jokes-★★★Ki_Je_pReM★★★

পোনা আৰু পুজা প্ৰেমত মচগুল


দুয়ো জনৰ প্ৰেমৰ জন্ম ফেচবুকৰ জৰিয়তে হৈছিল 

পিছত গৈ কিন্তু দুয়ো জনে মাজে মাজে লগো হৈছিল 





এদিন ....

পোনা- পুজা, আমি দুয়ো কিমান আৰু মোবাইল, ফেচবুকতেই একে ধৰণেৰে প্ৰেমৰ আদান-প্ৰদান কৰি থাকিম এইবাৰৰ পৰা অলপ পুৰণি ধৰণৰ কৰো দিয়া 

পুজা- কি ধৰণে বাৰু 

পোনা- পাৰৰ পাখিত চিঠি লিখি গুজি দিম, হবনে



পুজা- ও, বঢ়িয়া হব

কিছুদিন এনেকৈ চলি থকাৰ পিছত এদিন পুজাই উপায় নাপাই পোনাক ফোন কৰিব লগা হলেই..

পুজা- কি তুমি এখন খালী উকা কাগজ হে পথালা দেখোন 

পোন- ধেৎ , তুমিও যে আৰু 
সেইটো মিচ্কলহে আছিল ।☺☺☺☺☺

Husband-Wife

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese