Assamese Jokes-Love Jokes-Assamese Whatsapp Jokes-★★★Ki_Je_pReM★★★
পোনা আৰু পুজা প্ৰেমত মচগুল
দুয়ো জনৰ প্ৰেমৰ জন্ম ফেচবুকৰ জৰিয়তে হৈছিল
পিছত গৈ কিন্তু দুয়ো জনে মাজে মাজে লগো হৈছিল
এদিন ....
পোনা- পুজা, আমি দুয়ো কিমান আৰু মোবাইল, ফেচবুকতেই একে ধৰণেৰে প্ৰেমৰ আদান-প্ৰদান কৰি থাকিম এইবাৰৰ পৰা অলপ পুৰণি ধৰণৰ কৰো দিয়া
পুজা- কি ধৰণে বাৰু
পোনা- পাৰৰ পাখিত চিঠি লিখি গুজি দিম, হবনে
পুজা- ও, বঢ়িয়া হব
কিছুদিন এনেকৈ চলি থকাৰ পিছত এদিন পুজাই উপায় নাপাই পোনাক ফোন কৰিব লগা হলেই..
পুজা- কি তুমি এখন খালী উকা কাগজ হে পথালা দেখোন
পোন- ধেৎ , তুমিও যে আৰু
0 comments: