মদ্ খোৱাৰ মাতলামি - assamese comedy

Assamese Comedy Funny Jokes - মদ্ খোৱাৰ মাতলামি চাওঁ আহক - assamese comedy

D_j


হুলস্থুল , উদুলি-মুদুলি চাৰিওফালে



ইতিমধ্যে পৰিবেশ গৰম হৈ উঠিছেই, ককাইদেউ সকলে সোমৰসত মগ্ন হব ধৰিছে ,



এনেতে ..

এক্চকিউজ্ মি , দাদা ..... দাদা , অ' দাদা , এই ডি.জে. টো বাৰু কিমান সময়লৈকে বজাব লাগিব আচ্ছা, ৬-৭পেগ্ হোৱা লৈকে বজাই থাকাছোন, তাৰ পিছত অলপ অলপ কৈ বাঢ়ি যোৱাৰ পিছত আমি জেনেৰেটৰৰ শব্দতে নাচিব পাৰিম নহয় । ☺☺☺☺


0 comments: