aCcONtinG



এজন ভদ্ৰলোক গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ কিবা এটা কৰ্ম সংক্ৰান্তত বাচেৰে  গৈ আছিল
.
কিছু দুৰ যোৱাৰ পিছত এজন অলপ কথাচহকী ধৰণৰ মানুহ উঠিল আৰু ভদ্ৰলোক জনৰ কাষতে বহিল
.
অলপ দূৰ যোৱাৰ পিছত পথাৰত
একমখা ছাগলী দেখি ......


.
.
ভদ্ৰলোক- বাঃ, ইয়াত বহুত ছাগলী আছে দেই
.
কথাচহকী লোক- ওঁ, ইয়াত ১০৬৪টা ছাগলী আছে ,মোৰ লোকেল্ জেগাটো মই ইয়াৰ চব্ জানো
.
ভদ্ৰলোক- হ'লেও তুমি কেনেকৈ ক'লাহে
ইয়াত ১০৬৪টা ছাগলী আছে
.
.
.
.
.
.
.
.
কথাচহকী লোক- সেইটো একেবাৰে সহজ, মই খালী ঠেং কেইখনহে গণিছো ,তাৰ পিছত মুঠ সংখ্যাটো ৪ৰে হৰণ কৰিছো , চিম্পল্ =)

Next(time pass)

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese