Mobile ফোন চাইড এফেক্ট

এদিন ৰাতিপুৱা মই মৰ্ণিং ৱাক্ কৰি থাকোঁতে , মোৰ সন্মুখত এজন মানুহে বাতৰি কাকত পঢ়ি হাতৰ আঙুলিৰে কিবা এটা কৰি থকা দেখিছিলো ।

ওচৰলৈ গৈ ভালকৈ চোৱাত দেখিলো , বাতৰি কাকতত থকা মনোগ্ৰাহী ফটো এখন আঙুলিৰে বহল কৰি mobile ত zoom কৰি চাবলৈহে যত্ন কৰি আছিল ☺☺☺

0 comments: