খোজ কঢ়া অভ্যাস কৰিলে যদি চৰ্বি কমে, তেন্তে হাতীৰ ওজন এতিয়ালৈকে কিয় কমি যোৱা নাই
গাখীৰ খালেই যদি শৰীৰৰ বিকাশ হয়, তেন্তে মেকুৰী এজনী কিয় আজিলৈকে টুলুকা পৰিয়েই থাকিল
ৰাতিপুৱা সোনকালে উঠিলেই যদি ঘৰৰ সমৃদ্ধি হ'লহেতেন তেতিয়া হলে নিউজ পেপাৰ বিলোৱা হোকাৰজন আজি #Audi Car লৈ ঘুৰিলহেতেন
☆বাবা "আৰামদেৱ"

0 comments: