Assmese Comedy - Assamese Jokes - Funny

Assmese Comedy - Assamese Jokes - Funny

Ejon Grahak -

হোটেলত ☞

গ্ৰাহক - ৱেইটাৰ্, এনেকুৱা এই পচা মাছ খাব নোৱাৰো দেই । কাষ্টমাৰক কি চাৰ্ভ কৰা হে তোমালোকে । মেনেজাৰ ক'ত , তেওঁক মাতা ।


ৱেইটাৰ্- চাৰ্, বেয়া নেপাব , তেওঁক মাতি লাভ নাই , তেওঁও এই পচা মাছ খিনি নাখায় মানে । ☺☺☺

                               ------------



Election Joke - বুধিয়ক প্ৰাৰ্থী

এজন মানুহে এটা নিৰ্বাচনী পাৰ্টিৰ লগত কিছুদিন কাম কৰি অৱশেষত তেওঁ নিজেই নিৰ্বাচন খেলিব বুলি মনস্থ কৰিলে

নিৰ্বাচন খেলৰ ফলাফল চোৱাত দেখিলে , তেওঁ মাত্ৰ ৩ টা ভোটহে পাইছে

তাৰপিছত চৰকাৰক তেওঁ z plus চিকিউৰিটি বিচাৰি আবেদন জনালে

চৰকাৰে কলে আপুনি মাত্ৰ ৩ টা হে ভোট পাইছে , আপোনাক z plus চিকিউৰিটি কেনেকৈ দিম হে ?

তেওঁ কলে- যিখন চহৰত মানুহবোৰ মোৰ বিৰুদ্ধে থাকে , তেতিয়াহলে মোক সুৰক্ষা  লাগিবই।☺☺☺

                            -------------

Election Jokes - evm মেচিন

বহু সময় অপেক্ষা কৰাৰ পিছতো ভোট দিবলৈ নাপাই মানুহ বোৰ evm মেচিনৰ কি বেমেজালি হৈছে বুলি মেচিনৰ ওচৰত মানুহ বোৰে ভিৰ কৰিব ধৰিলে

এনতে polling officer আহি মেচিনৰ কাষত ৰৈ কি কৰিব বুলি ভাবি থকা কৰ্মকৰ্তা জনক সুধিলে - কি হলহে কি ভাবি আছে

কৰ্মকৰ্তা জনে - কালি ৰাতি কোনে মোক ইমানকৈ খুৱালে তাকে ভাবি আছোঁ । ☺☺☺☺☺

                             --------------

Velentine Jokes-

ছোৱালী - আপোনাৰ দোকানত "You are my
First and will be Last LOVE" লিখা থকা ভেলেন্টাইন্ কাৰ্ড আছেনে ?

দোকানী - অ' অ' আছে

ছোৱালী - তেনেহলে ১০ খন দিব দেই । ☺☺☺☺

                               *******

#dHeT_xab_LebeL_pAndA

ধজেনে নিজৰ নামটো outdated বুলি ভাবে । সি ফেচবুকত এটা একাউন্ট খুলিব । এতিয়া কথাটো হল এইটো নামেৰে একাউন্ট খুলিলে ইম্প্ৰেচন বেয়া হব ।সেয়ে ফেচবুকত সি  Dixan বুলি একাউন্ট খুলি  জনাজাত হৈ পৰিল । ষ্টাইলৰ লেবেলত প্ৰফাইল ফটো এটা লগালে । তামাম ফ্ৰেইন্দ বনালে অতি কম দিনৰ ভিতৰত । ইমানবোৰ বন্ধুৰ লগত বাৰ্তালাপ হোৱাৰ পিছতো সকলোকে মনত ৰখা তাৰ পক্ষে অসম্ভৱ হৈ উঠিছিল । এবাৰ সি তেজপুৰলৈ এটা প্ৰগ্ৰেমত  যাওঁতে কেইজনীমান ছোৱালী দেখা পালে। তাৰে এজনীক দেখি তাৰ কিবা ভাল লাগি গল। সি দেৰি নকৰি পকেটত লৈ ফুৰা মনেটৰ বটলটো উলিয়াই অকণ স্পে কৰি লৈ তাইৰ ওচৰ পালে। আৰু লেবেল চুৰু। এনেতে কিছু সময় কথা পতাৰ পিছত , ছোৱালীজনীয়ে তাৰ নাম সুধিলত , সি তাৰ সঁচা নামটো কৈ পেলালে । ধজেন ।

হয় নেকি হে, মই তোমাৰ ফেচবুকৰ ফ্ৰেইন্দ Sharmila, মই তোমাক চিনি পাইছো নহয়................ Dixan হা,

না উল্লু বনাইং. ☺☺☺☺☺



0 comments: